Porisoy (intro)
Similar songs
Jaam Pila Do
Rapstar Kandhoiya04:41
F-Acts
Flash Flow JACK03:26
Abeg
A.Vibe03:39
Baad De Baad De
LAZY,VIbe Kidd,X NATION,Xavy03:08
Bodo Suwali
Shonasri Daimary04:36
Triluson
Zin,YOD03:28
Ujuti
YOD03:14
King
Irfan Aly02:27
Moi Aji
DETROIT DYG02:57
Porisoy (intro)
D VIBE$02:00
Similar Songs
Jaam Pila Do
Rapstar Kandhoiya
F-Acts
Flash Flow JACK
Abeg
A.Vibe
Baad De Baad De
LAZY,VIbe Kidd,X NATION,Xavy
Bodo Suwali
Shonasri Daimary
Triluson
Zin,YOD
Ujuti
YOD
King
Irfan Aly
Moi Aji
DETROIT DYG
Porisoy (intro)
D VIBE$
About song
Album: Upohar
Genre :Hip Hop
4 Plays
Music: Rich Key Beats
Tune: D VIBE$
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © Mogno 4ever Records
Lyrics
উপহাৰ
জীৱনৰ আটাইতকৈ সৰ্ব্বোচ্চতম মৰম
ইয়াতে জঢ়িত আছে মৰম, ভালপোৱা, সুখ, প্ৰেৰণা, উৎসাহ, লগতে হেঁপাহ
কিয়নো আনফালে আছে দুখ, কষ্ট, ভাবনা, চিন্তা, নীৰৱতা, লগতে প্ৰাৰ্থনা
কিছুমান কথা হয়টো বুজাব নোৱাৰিম
মুখৰ কথাৰে
সামৰ্থ হলেও বুজিবলে কঠিন
কাহিনীৰ দৰে লাগিব
শুনি তোমাৰো মনত পৰিব
কিন্তু সকলো যেন এতিয়া সলনি হৈছে
কিয়নো তুমিও
মাথোঁ ৰৈ গৈছো
কিমাননো এনেকে গৈ থাকিম
এই সময়ৰ হুতে লৈ যাব বুলি কৈ এতিয়াও অহা নাই
বহুত আছিল সপোন, গঢ়িলে, লগতো ভাঙিলেও
তথাপিও নিজকে তুলিছো সকলো ধুমুহাৰ পিছত
দুদিনিয়া এই জীৱনত কোনেনো কাৰ বাবে
এটাটো গলেই বাকী 6 টা আছে
দিবলে উপহাৰ কিন্তু সুধিবলে কিবা আছিল
আৰু মই মৰি যোৱাৰ কাৰণো এটা হাঁহি আছিল
আগতেই কৈছিলো বুজিবলে কঠিন
এতিয়াও কৈছোঁ বুজিবলে কঠিন
যদিহে বুজিব নোৱাৰা শুনিবা নভবাকৈ
আৰু যদিহে বুজিব পাৰা আঁকোৱালি ৰাখিবা হৃদয়ত
Ok
ইতি তোমাৰ মৰমৰ
D VIBE$